😬 😷😷😷😬
এখন কবৰস্থানত চাৰিটা মূৰৰ খোলা পৰি আছিল । কেইটামান কুকুৰে তিনিটা খোলা চেলেকি আছিল আৰু এটা কোনোটো কুকুৰেও চেলেকা নাছিল ।
এটা শিয়ালে বহুত সময়ৰ পৰা কথাটো মন কৰি আছিল ।
শিয়ালটোৱে কুকুৰ কেইটাক সুধিলে -
তহঁতে তিনিটা খোলা চেলেকি আছ আৰু বাকী খোলাটো কিয় চেলেকা নাই ?
কুকুৰ কেইটাই কলে -
সেইটো বিবাহিত পুৰুষৰ খোলা !
ঘৈণীয়েকে আগতেই চোবাই থোৱা !!
😬😬😂😂😜😜😃😃