যেতিয়া কোনো চৰকাৰী ৰ Vacancy ওলাই তেতিয়া তাৰ ফর্ম দাম হয়
Rs.500-700/-
উদাহৰণ :-
খালি পদ 50 (Seat)
ফর্মফিলাপ কৰে সম্পূৰ্ণ ভাৰতবৰ্ষৰ পৰা।
ফর্ম দাম 500/- টকা
50 লাখ ৰ পৰা 80 লাখ বেকাৰ ফর্ম পূৰণ কৰে l
এইবাৰ চাওক চৰকাৰৰ বিজনেচ-
Rs.500 ফর্ম ফি × 50,00,000 বেকাৰে ফর্মফিলাপ =250 কোটি (মুঠ আয় )!!!!!!!!
চাকৰি 50 জন, 25000 মাহিলী দৰমহা !!!!
25000 × 50 জন = 12,50,000 প্রতি মাহে
12,50,000 × 12 মাহে = 1 কোটি 50 লাখ
চল্লিশ বছৰ চাকৰি ধৰিলে
1,50,00,000 × 40 বছৰ = 60 কোটি
চৰকাৰৰ ফর্ম ফি ৰ জন্য মুঠ আয় = 250 কোটি টকা
2,50,00,00,000–60,00,00,000 = 1,90,00,00,000
চৰকাৰৰ মুঠ আয় = 190 কোটি টকা
আমাৰ প্রশ্ন এইটোৱেই যে
চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে নে নিবনুৱা ক নিবনুৱা কৰি ৰাখিব বিচাৰে ???
এই হিচাপ টো অবশ্যই শেয়াৰ কৰক, ........…………………