অষ্ট্ৰেলিয়া---১০%
বাহৰেইন------৫%
কানাডা------১৫%
চীন----------১৭%
জাপান------৮%
কোৰিয়া-----১০%
কুৱেট-------৫%
মালেছিয়া----৬%
মৰিছাচ------১৫%
মেক্সিকো----১৬%
ম্যানমাৰ-----৩%
নিউজীলেণ্ড-১৫%
ফিলীপীন্চ---১২%
ৰাছিয়া (fed)-১৮%
ছিংগাপুৰ----৭%
ছাউথ আফ্ৰিকা-১৪%
থাইলেণ্ড-----৭%
UAE----------৫%
আমেৰিকা (USA)-৭.৫%
ভিয়েতনাম---১০%
জিম্বাৱে----১৫%
মহান ভাৰত-------১৮% পৰা ২৮% লৈ
তাৰ ভিতৰত পেট্ৰল ৰখা হোৱা নাই কাৰণ পেট্ৰলত আগৰ পৰায় ৩৩% টেস্ক লগোৱা হৈছে এতিয়া GST লগাই চৰকাৰে ৫% লোকচান কিয় কৰে।
(বিশেষ- কংগ্ৰেছ চৰকাৰে প্ৰায় ১৮% টেস্কত GST লগাব খুজিছিল যাৰ জোৰদাৰ ভাবে বিজেপি চৰকাৰে প্ৰতিৰোধ কৰি আছিল, ৫ বছৰ পিছত ২৮% GST লগাবৰ কাৰণে😡)
চকু খুলি চোৱা ...মোদী ভক্ত নহয় দেশভক্ত হোৱা...
এটা ছিলিন্ডাৰৰ দাম ৬৮০ টকা, তাৰ ইন্ডিয়ান অয়লৰ পৰা বেংকত জমা হয় -১৫৯ টকা,
মানে,৬৮০-১৫৯=৫২১ টকা।
ইয়াৰ আগত ছিলিন্ডাৰৰ দাম আছিল ৪১৮ টকা,
মানে মুঠ ৯৭ টকাৰ লোকচান।
এতিয়া দেখা গ'ল যে মই দিয়া টকাটোৱে মোক ঘূৰাই দিলে তেনেহলে ছাবছিডীৰ টকা ক'ত গল আৰু আগতকৈ বেছি টকাও দিব লগা হল মোৰ।
এইটো কেনেকুৱা অংক হল? গোটেই দেশৰ জনসাধাৰণে ভাবি আছে যে আমি ছাবছিডী পাই আছো কিন্তু আমি আমাৰে টকাবোৰ ঘূৰাই পাই আছো।
নম্বৰ-০২
পেট্ৰলৰ দাম কেনেকৈ নিৰ্ণয় কৰা হয় তাৰ প্ৰক্ৰিয়াটো চাঁও আহক-
কেঁচা তেলৰ বৰ্তমান দাম = $ 50 প্ৰতি বেৰেল
(য'ত, $১=৬৩/-
আৰু ১ বেৰেল= ১৫৯ লিটাৰ)
অৰ্থাৎ,$৫০= Rs.৩১৫০/-
ভাৰতে ১ লিটাৰ কেঁচা তেল কিনে (৩১৫০/১৫৯)= ১৯.৮০ টকাত
১ লিটাৰ পেট্ৰোল তৈয়াৰ কৰাৰ কাৰণে কেঁচা তেল লাগে- ০.৯৬ লিটাৰ @ ১৯.৮০/- =১৯.০০/-
কেঁচা তেলৰ পৰা এক লিটাৰ পেট্ৰোল বনোৱাৰ fixed cost হল ৬ টকা (include transportation).
অৰ্থাৎ, ১৯.০০ টকা +fixed cost ৬ টকা= ২৫.০০ টকাত এক লিটাৰৰ পেট্ৰোল তৈয়াৰ কৰা হয়।
তাত কেন্দ্ৰ চৰকাৰৰ টেস্ক লাগে ২৫% অৰ্থাৎ ৬ টকা
অৰ্থাৎ ২৫+৬=৩১ টকা
তাৰোপৰি ৰাজ্য চৰকাৰৰ টেস্ক যেনে VAT
য'ত average ১৫% ধৰিলে হয় ৫ টকা, মুঠতে সকলো মিলাই হয় ৩৬ টকা।
��শেষত পেট্ৰোল পাম্পৰ ডীলাৰক পাৰ লিটাৰ ৯০ পইচা কমিচন দিব লগা হয়, মুঠ ৩৭ টকা
কিন্তু তথাপিও আজি আমি ৭২/- টকা লিটাৰ পেট্ৰোল কিনিব লগা হয়।
মই কোনো দলৰ কৰ্মী নহয়। মাত্ৰ সঁচা কথাৰ মাজেৰে ৰাইজক কি হৈ আছে বুজাব বিচাৰিছো।
গুৰুত্বপূৰ্ণ কথা । শ্বেয়াৰ কৰক ।