এজনী ছোৱালীক মই বহুত বহুত ভাল পাইছিলো ..... - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

এজনী ছোৱালীক মই বহুত বহুত ভাল পাইছিলো .....

# এজনী ছোৱালীক মই বহুত বহুত
ভাল পাইছিলো .....
_
_
_
#বহুত বহুত মৰম কৰিছিলো মই
তাইক ...
_
_
_
#তাই যি লাগে বুলি কৈছিল মই তাকেই
আনি দিছিলো তাইক ... !
_
_
_
#প্ৰতি দিনে প্ৰতি পলে তাই মোৰ লগত আছিল ...!
_
_
_
#তাইক নেদেখাকৈ মই থাকিব নোৱাৰিছিলো ...
_
_
_
#তাই সদায় মোৰ দুচকুৰ আগতে
আছিল !
_
_
_
#তাইক মই বাইকৰ পাছত উঠাই প্ৰায়েই ফুৰাবলৈ লৈ গৈছিলো ... !
_
_
_
#মোক নোকোৱাকৈ তাই ক'তো যোৱা
নাছিল .... !!
_
_
_
#কোনোবা ডেকাই যদি তাইক জোকাইছিল
মই সহ্য কৰিব নোৱাৰিছিলো আৰু কেতিয়াবা
দুই-এটা ডেকাই মোৰ পৰা কাণতলিয়াও
পাইছিল ......
_
_
_
#যেতিয়া তাই বিয়া হৈ গ'ল মই বহুত
দুখ পালো মনত আৰু বহুত কান্দিলো ...
_
_
_
_
#ধেৎ ...... আপোনালোকে কিয় মোৰ কথা
ইমান বেয়াকৈ ভাবিছে .....
_
_
_
_
_
_
_
#সেইজনী_মোৰ_ভন্টি_হে_হয় ..... ^_^