আপুনি single নেকি ? - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

আপুনি single নেকি ?

ৰেষ্টুৰেণ্ট এখনতে সোমাই কফি একাপৰ অৰ্ডাৰ দিলো !!
গৰমেহে হেনু গৰম কাটে !!!
,
এনেতে ,
এজনি অতি ধুনীয়া ছোৱালী মই বহা টেবুলখনৰ ফালে আগবাঢ়ি আহিল । মনতো কিবা হৈ গ'ল !!!
,
মোৰ ওচৰ পাইয়েই তাই মৌ-সনা কণ্ঠেৰে সুধিলে = আপুনি single নেকি ?
,
বুকুখন ধপধপাই গ'ল ।
এয়া
মই কি শুনিচো ??
,
লগালগ উত্তৰ দিলো = হয় !!!
,
,
,
তাই ৰৈয়েই নেথাকিল !!
,
,
চিধাই আহি
,
,
,
,
,
মই বহা টেবুলখনৰ লগত থকা আনখন চকী দাঙি লৈ গুচি গ'ল !!
,
,
হে প্ৰভু !! এয়া বাৰু কেনে বিচাৰ ??