Note for All - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

Note for All

👉 জীৱনত কেতিয়াও আনৰ চকুত বেয়া নহবা মানুহে বেয়া চকুৰে চাব ।
👉 জীৱনত কেতিয়াও প্ৰেমিকাক দুখ নিদিবা নিজে দুখী হবা ।
👉 জীৱনত কেতিয়াও মা দেউতাক বেয়াকৈ নকবা এদিন নিজৰো পাল পৰিব ।
👉 জীৱনত কেতিয়াও কোনো কামত অবহেলা নকৰিবা এলেহুৱা হবা ।
👉 জীৱনত কেতিয়াও অহংকাৰ নকৰিবা লোকে অহংকাৰী বুলিব ।
👉 জীৱনত ডাঙৰক শ্ৰদ্ধা আৰু সৰুক মৰম কৰিবা তেতিয়াহে তুমি মৰম পাবা ।
👉 জীৱনত নিজকে কেতিয়াও বেয়া বুলি নাভাবিবা সকলোতকৈ বহুত ভাল দেখিবা । :)