Tention ¡¡!! - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

Tention ¡¡!!

তুমি টেনচনত থাকা..
কোনেও তোমাক একো নোসোধে..😷
-
-
তুমি খঙত থাকা..
কোনেও তোমাক প্ৰশ্ন নকৰে..😷
-
-
তুমি লাগিলে কান্দিয়ে থাকা..
কোনেও তোমাক কেৰাহিকৈও নাচায়..😷
-
কিন্তু ......
-
এদিন ছোৱালী এজনীলৈ ফুৰিবলৈ যোৱা...
-
-
-
গোটেই বংশ আৰু ওচৰ চুবুৰীয়াই বেৰি ধৰে.. 😷😷