"Car" শব্দটোৰ বিষয়ে কিছু জানো আহা - অসমীয়া ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।

test
LightBlog

Sunday, 2 July 2017

"Car" শব্দটোৰ বিষয়ে কিছু জানো আহা


যিবোৰ গাড়ীৰ পিছফালটো খোলা থাকে , সেইবোৰেই #ট্ৰেcar....
যি সদায় ঘৰত হুইচেল মাৰি থাকে , সি হ'ল #কুcar..
যাৰ পৰিচালনাত দেশ চলে , সেয়াই হ'ল #চৰcar...
মাক দেউতাকৰ চিন্তাৰ কাৰণ হোৱা সন্তানেই হ'ল
#বেcar...
ৰজা মহাৰজাৰ প্ৰিয় খেলেই আছিল #চিcar...
প্ৰয়োজনীয় বস্তু ৰখা ঠাইত বিচাৰি নাপালে লাগি যায় #হাহাcar...
পত্নীক খুচ ৰাখিবলৈ হ'লে , মাজে মধ্যে দি থাকিব লাগে #আ_অলংcar...
মানুহৰ পতনত যিয়েই আগভাগ লয় , সিয়েই হ'ল
#অহংcar...
যিয়ে মানুহক হহুৱাবৰ বাবে অভিনয় কৰে সি হল
#জcar...
যি জনে car মেৰামতি কৰে তাক কোৱা হয় #মেcar...
আৰু ইমান সুন্দৰ কৈ যে মিলাই লিখিছো সেয়েহে মোক কয় #কলাcar...� copied