এই পৰীক্ষাটোৰ দ্বাৰা আপুনি কি খাই ভাল পাই ওলাই পৰিব।
মাত্ৰ মই কোৱাৰ দৰে কৰি যাওক...
১ৰ পৰা ৯ৰ ভিতৰত পচন্দ কৰক...
পচন্দ হৈ গ'ল ???
তাক ৩ দি পুৰণ কৰক..
এইবাৰ ৩ যোগ কৰক..
আকৌ ৩ পূৰণ কৰক..
এতিয়া যদি দুটা সংখ্যা পাইছে তেনেহ'লে দুইটা যোগ কৰি এটা কৰি লওক....কিমান পালে,
উত্তৰটো চাই লওক...
১. আইসক্রিম
২. চাউমিন
৩. এগৰোল
৪. চিকেন
৫. বার্গাৰ
৬. ফ্রাইডৰাইস
৭. ৰসগোল্লা
৮. ফুচকা
৯. গোবৰ
অহ্ এইটো পচন্দ নেকি?
ছিঃ কিয় খায় এই বিলাক 😖
অন্য সংখ্যা ভাবি আৰু চেষ্টা নকৰাই ভাল...😜😜😜🙏🙏.......
আপুনি কি খাই ভাল পায় যিমান বাৰ ভাবিলেও একেতাই ওলাব.